TDC 1ST SEMESTER (CBCS) 2019-20 ৰ ফলাফল সমূহ Delete হল নেকি? E-Pathshala

 Guahati University Serious Issue

 

TDC 1ST SEMESTER (CBCS) 2019-20 ফলাফল সমূহ Delete হল নেকি?

 


Guwahat University (গুৱাহাটী বিশ্ববিদ্যালয়) উত্তৰ পূব ভাৰতৰ এখন উল্লেখ যোগ্য বিশ্ববিদ্যালয়। উক্ত বিশ্ববিদ্যালয়খনে গোটেই উত্তৰ পূব ভাৰতত শিক্ষাৰ ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়াই আহিছে।

 

আমাৰ বহুত ছাত্ৰ ছাত্ৰী য়ে মোক সঘনাই এটা প্ৰশ্ন কৰে যে  TDC 2ND SEMESTER 2019-20 (CBCS) ফলাফল সমূহ কেতিয়া ঘোষণা কৰিব। উক্ত প্ৰশ্নৰ বাবে এদিন Gauhati University website টো check কৰি আছিল। Check কৰি যি দেখিলোঁ তাক লৈ সঁচা আচৰিত হলোঁ। তাৰে বিষয়ে আজি অলপ আলোচনা কৰিব বিছাৰিলো।

 


আপুনিও আপোনাৰ ফলাফল চাই লওক এতিয়াই।

চাবৰ বাবে ইয়াত ক্লিক কৰক

Post a Comment

0 Comments